ভক্তিগীতৰ এলবাম - ‘উদ্ধৱ বন্ধু’ আৰু গকুলে আৰ্জু’ৰ শুভ মুক্তি



জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰচনা
কৰি থৈ যোৱা বৰগীতেৰে আপোনাৰ
জীৱনৰ প্ৰতিদিন প্ৰবিত্ৰ ভক্তি আৰু
হৰিনামৰ অমিয়া ৰসেৰে জীপাল কৰি
তুলিবলৈ, মুক্তি পালে সত্ৰীয়া সংস্কৃতিৰ
শিল্পী অনুধৃতি মহন্তই সঙ্গীত পৰিচালনা
কৰা আৰু নিয়ৰ বৰবৰুৱা ই কণ্ঠদান কৰা
সমধুৰ ভক্তিগীতৰ এলবাম - ‘উদ্ধৱ বন্ধু’।


-------------------------------------------------------------------



শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতৰ ভক্তিৰ অমিয়া ৰস দিবলৈ মুক্তি পালে সত্ৰীয়া শিল্পী অনুধৃতি মহন্তৰ পৰিচালনা, প্ৰতীম গগৈৰ সঙ্গীত ব্যৱস্থাপনা আৰু বৰগীতৰ কণ্ঠ শিল্পী চিত্ৰলেখা বৰগোহাঁই কণ্ঠদান কৰা সমধুৰ ভক্তিগীতৰ এলবাম - ‘গকুলে আৰ্জু’ ।   আপোনাৰ প্ৰতিপুৱা-গধুলী হৰিনামৰ অমিয়া ৰসেৰে জীপাল কৰি তুলক ।




Comments

  1. Casinos near casinos in South Africa - MapYRO
    Casinos Near Casinos Near 보령 출장마사지 Casinos South Africa A list 의왕 출장마사지 of 고양 출장마사지 casinos with casino locations and locations in South 충주 출장안마 Africa. This guide will take you to know 여주 출장마사지 all about the

    ReplyDelete
  2. There are additionally particular steps you'll be able to|you presumably can} take to keep them in good working order. CNC machining service providers usually offer multiple of} ranges of accuracy. They additionally may modify the productivity of their lines, so it fits your plans. A single manufacturing facility is usually restricted in its capabilities to provide components with high precision machining fluctuating accuracy and ranging productivity. Besides, want to|you must} test your merchandise to prove their prime quality.

    ReplyDelete

Post a Comment

Popular posts from this blog

মৰাণ বিহু

প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ

সময় যে পাখি লগা কাড় ...